নমিতনমিনী

নমিতা ভট্টাচাৰ্য (Assamese) [ Roman: no.mi.ta bhot.ta.sar.jyo]
Contributed by: Partha P Sarmah on 2011-08-24
1. PersonalitiesMusic(Proper Noun-Feminine) a very famous and popular female voice in Assamese music. অসমৰ এগৰাকী বিখ্যাত, জনপ্ৰিয় আৰু সুৱদী কণ্ঠৰ গায়িকা৷ ’আলি ঢাকি পৰ শালিকী’, ’পীৰিতি নামৰে তিনিটি আখৰ ঐ’ আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷